পৰিৱেশ দিৱসৰ প্ৰাসংগিকতা –  হিয়া তালুকদাৰ 

PC-India.com
পৰিৱেশ দিৱসৰ প্ৰাসংগিকতা
 হিয়া তালুকদাৰ 
 টিহু 
প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । ইয়াৰ উদ্দেশ্য হৈছে প্ৰকৃতিখনক এখন স্বচ্চ আৰু নিৰ্মল সমাজ গঢ়ি তোলা। পৰিৱেশ দিৱসত অকল প্ৰকৃতিখনকে  নহয় গোটেই সমাজখনকে  নিকা কৰি তোলা হয়  ।  সেয়ে পৰিৱেশ দিৱসত গছ পুলি ৰোপণ কৰিব লাগে আৰু ছাত্ৰ- ছাত্ৰীসকলক পৰিৱেশ দিৱস সম্পৰ্কে বুজাই দিব লাগে । গছে আমাক ছা দিয়ে । গোটেই পৰিৱেশটো নিৰ্মূল কৰি ৰখাটো আমাৰে কৰ্তব্য। সেয়ে গছ – গছনি ৰোপণ কৰি সেউজীয়া আৱৰণ সৃষ্টি কৰি এখন ধুনীয়া ধৰণী সৃষ্টি কৰি তোলাটো আমাৰ মহৎ উদ্দেশ্য অৱশ্যাম্ভাবী।  ইয়াৰ পৰা উমান পাব পাৰি যে পৰিৱেশ দিৱসৰ প্ৰাসংগিকতা আছে।