প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে সক্ষম চিত্ৰশিল্পীক সাক্ষাৎ 

pc NDTV.com

প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে সক্ষম চিত্ৰশিল্পীক সাক্ষাৎ 

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষভাৱে সক্ষম চিত্ৰশিল্পী আয়ুষ কুণ্ডলৰ সৈতে সাক্ষাৎ কৰে আৰু তেওঁৰ চিত্ৰসমূহৰ বাবে তেওঁক প্ৰশংসা কৰে। বৈঠকখনক এক “পাহৰিব নোৱাৰা মুহূৰ্ত” বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়,, “তেওঁ আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। নিৰন্তৰ অনুপ্ৰেৰণা লাভ কৰি থাকিবলৈ, মই তেওঁক টুইটাৰত অনুসৰণ কৰিম।”তেওঁ ৰাইজক আয়ুষৰ চিত্ৰ চাবলৈ আহ্বান জনাইছিল।