পীয়ুষ গোৱেলক ৰাজ্যসভাত সদনৰ নেতা হিচাপে পুনৰ নিযুক্তি 

Pc Hindustan Times

পীয়ুষ গোৱেলক ৰাজ্যসভাত সদনৰ নেতা হিচাপে পুনৰ নিযুক্তি 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলক ৰাজ্যসভাত সদনৰ নেতা হিচাপে পুনৰ মনোনীত কৰিছে। কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত জুনমাহত মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভালৈ পুনৰ মনোনীত হোৱা গোৱেলে ৮ জুলাইত তৃতীয় কাৰ্যকালৰ বাবে উচ্চ সদনৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ নিযুক্তিৰ আনুষ্ঠানিক ঘোষণা ১৮ জুলাইত সদনৰ মজিয়াত কৰা হ’ব।