নীৰজ চোপ্ৰাক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দ্বাৰা ৰাষ্ট্ৰপতি ভৱনত পদ্মশ্ৰী বঁটা প্ৰদান

pc Daily Excelsior

নীৰজ চোপ্ৰাক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দ্বাৰা ৰাষ্ট্ৰপতি ভৱনত পদ্মশ্ৰী বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা–  টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দ্বাৰা ৰাষ্ট্ৰপতি ভৱনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। পদ্মশ্ৰী বঁটাৰ বাবে নামাকৰণ কৰা আঠজন খেলুৱৈৰ ভিতৰত জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰা আছিল। অলিম্পিক গেমছত ভাৰতৰ হৈ সোণৰ পদক অৰ্জন কৰা তেওঁ প্ৰথম ট্ৰেক এণ্ড ফিল্ড এথলীট।