নাৰায়ণপুৰত দীপাৱলী উপলক্ষে আধুনিক নৃত্য প্ৰতিযোগিতা আয়োজন 

নাৰায়ণপুৰত দীপাৱলী উপলক্ষে আধুনিক নৃত্য প্ৰতিযোগিতা আয়োজন 

লখিমপুৰ, কৃষ্ণ ৰাভা, ৰঙিলী বাৰ্ত্তাসেৱা-  নাৰায়ণপুৰৰ ৪নং নিমুৰীৰ যুব বৃন্দই প্ৰত্যেক বছৰে পালন কৰা দৰে এইবাৰো পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে আয়োজন কৰা আধুনিক নৃত্য প্ৰতিযোগিতা মূলক কৰাৰ মানসেৰে প্ৰস্তোতি চলাই । সেয়ে অহা 6 কাতি ইংৰাজী 24 অক্টোবৰ সোমবাৰৰ দিনা আয়োজন কৰে। দুটি শাখাত বিভক্ত কৰি অনূস্থান ভাগ সাফল্য মন্দিত হোৱাত সহায় সহযোগিতা কৰিবৰ বাবে কমিটিয়ে আহ্বান জনায় ।