নগাঁওত ভয়ংকৰ দুৰ্ঘটনা

Pc News 18 Assam

নগাঁওত ভয়ংকৰ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁৱৰ পুৰণিগুদামত ভয়ংকৰ দুৰ্ঘটনা। পুৰণিগুদামৰ বিষয়াচুকত ৰে’ল লাইন পাৰ হ’বলৈ ধৰা অৱস্থাত ৰে’লে মহটিয়াই নিয়ে এখন ছুইফট বাহন। দুৰ্ঘটনাগ্ৰস্ত ছুইফটখনত থকা তিনিগৰাকী লোক থিতাতে নিহত হয়। তেওঁলোক একেটা পৰিয়ালৰ সদস্য বুলি তথ্যত প্ৰকাশ। কৰুণ দুৰ্ঘটনাৰ সন্মুখীন হোৱা লোককেইজন ক্ৰমে চন্দন কলিতা, লিলিমাই দেৱী কলিতা আৰু নীলাভ নয়ন কলিতা।