বিশ্ব চেম্পিয়ন নিখাত জাৰিন কমনৱেলথ গেমছ ৫০ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ 

Pc Hindustan Times

বিশ্ব চেম্পিয়ন নিখাত জাৰিন কমনৱেলথ গেমছ ৫০ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ 

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব চেম্পিয়ন নিখাত জাৰিনে কমনৱেলথ গেমছ ২০২২ত মহিলাৰ লাইট ফ্লাইৱেট ৫০ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় নিখাত জাৰিনে মোজাম্বিকৰ হেলেনা ইসমায়েল বাগাওক আৰএছচিৰ দ্বাৰা পৰাস্ত কৰে (ৰেফাৰীয়ে প্ৰতিযোগিতা বন্ধ কৰে)। স্কটলেণ্ডৰ ৰিজ লিঞ্চৰ হাতত ১-৪ গ’লত পৰাস্ত হোৱাৰ পিছত ভাৰতৰ শিৱ থাপা পুৰুষৰ ৬৩.৫ কিলোগ্ৰাম লাইট ৱেলটাৰৱেট ৰাউণ্ডৰ ১৬ ৰ পৰা বাহিৰ হৈছিল।