দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিশেষ নিৰ্দেশ

Pc-DNA india

বাৰ্ত্তাসেৱা-  দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিশেষ নিৰ্দেশ

দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে বিশেষ নিৰ্দেশনা জাৰি কৰিছে । ১০ দিনৰ ভিতৰত আভ্যন্তৰিক মূল্যায়ন সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে । অহা ৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ । ৰাজ্যিক ব’ৰ্ডসমূহক নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে । – ( Staff Correspondent – উৎপল কলিতা)