দুৰ্ঘটনাত পতিত হোৱা অভিনেতা চাই ধৰম তেজ বৰ্তমান সুস্থ

Pc- tollywood.net

দুৰ্ঘটনাত পতিত হোৱা অভিনেতা চাই ধৰম তেজ বৰ্তমান সুস্থ

অনলাইন বার্তাসেৱা- হায়দৰাবাদত বাইক দুৰ্ঘটনাত পতিত হোৱাৰ পিছত অভিনেতা চাই ধৰম তেজক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। এপোলো হস্পিটেলৰ চৰকাৰী বিবৃতিত কোৱা হৈছে যে চাই ধৰম তেজ বৰ্তমান সুস্থিৰ হৈ আছে। মগজু, মেৰুদণ্ড আৰু মুখ্য অঙ্গবোৰত কোনো ডাঙৰ আঘাত নাই। তেওঁ কলাৰ হাড়ত আঘাত পাইছিল। কলাৰ হাড়ৰ আঘাতৰ বাবে অস্ত্ৰোপচাৰ অহা ২৪ ঘণ্টাৰ ভিতৰত চোৱা হ’ব বুলি এপোলো চিকিৎসালয়ৰ চিকিৎসকে জনায়।

(RT)