ভাৰতত নতুনকৈ কৰ’নাত সংক্ৰমিত প্ৰায় ২৯,০০০ জন

pc Universitetet i Bergen

ভাৰতত নতুনকৈ কৰ’নাত সংক্ৰমিত ২৯,০০০ জন

অনলাইন বার্তাসেৱা- ভাৰতত পুনৰ নতুনকৈ প্ৰায় ২৯,০০০ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। নতুনকৈ কৰ’না সংক্ৰমণৰ ফলত দেশত ৩৩৪ জনৰ মৃত্যু হৈছে। সংক্ৰমিত হোৱা লোকৰ ৭১ শতাংশয়ই হৈছে কেৰেলাৰ। দেশত বৰ্তমান প্ৰায় ৩,৮৫,০০০টা কৰ’নাৰ সক্ৰিয় ঘটনা আছে। প্ৰায় ৪,৪২,৭০০ জন লোকৰ বৰ্তমান লৈকে কৰ’নাৰ ফলত মৃত্যু হৈছে।

(UD.)