দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত।পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় বলীউদৰ অভিনেতাগৰাকী।তাৰ পাছতেই সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে হেলিকপ্টাৰেৰে অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচাদৰ সঞ্জয় দত্ত।প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব মুন্নাভাই।অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে।অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ অভিনেতাগৰাকীয়ে।