দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ জ্ঞান ভাগ-বতৰা চুক্তি স্বাক্ষৰ 

pc the indian express

দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ জ্ঞান ভাগ-বতৰা চুক্তি স্বাক্ষৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-    দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে ভগৱন্ত মান নেতৃত্বাধীন পঞ্জাৱ চৰকাৰৰ সৈতে এক জ্ঞান ভাগ বতৰা চুক্তি স্বাক্ষৰ কৰি কয়, “এইটো ভাৰতৰ ইতিহাসৰ এক অনন্য ঘটনা।” “চৰকাৰে জ্ঞান ভাগ বতৰা কৰিবলৈ এখন চুক্তি স্বাক্ষৰ কৰিছে… আমাৰ লক্ষ্য হৈছে ইজনে সিজনৰ পৰা শিকা আৰু আগবাঢ়ি যোৱা। এইটো এটা ডাঙৰ বিকাশ,” চুক্তিস্বাক্ষৰ কৰাৰ পিছতে তেওঁ কয়।