দিল্লীৰ ৩ খন পৌৰ নিগমক একত্ৰিত কৰাৰ জাননী জাৰী কেন্দ্ৰৰ

pc the indian express

দিল্লীৰ ৩ খন পৌৰ নিগমক একত্ৰিত কৰাৰ জাননী জাৰী কেন্দ্ৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে দিল্লী পৌৰ নিগম (সংশোধনী) আইন, ২০২২ক ৰাজধানীৰ তিনিখন পৌৰ নিগমক পুনৰ একত্ৰিত কৰাৰ বাবে জাননী জাৰি কৰে। আইন অনুসৰি, পূব দিল্লী পৌৰ নিগম, দক্ষিণ দিল্লী পৌৰ নিগম আৰু উত্তৰ দিল্লী পৌৰ নিগম- একত্ৰিত কৰা হ’ব আৰু ইয়াক দিল্লী পৌৰ নিগম (এমচিডি) বুলি কোৱা হ’ব।