দিল্লীৰ পৰা ডুবাই অভিমুখে যোৱা স্পাইচজেটৰ বিমান পাকিস্তানৰ কৰাচীত জৰুৰী অৱতৰণ 

Pc Hindustan Times

দিল্লীৰ পৰা ডুবাই অভিমুখে যোৱা স্পাইচজেটৰ বিমান পাকিস্তানৰ কৰাচীত জৰুৰী অৱতৰণ 

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ পৰা ডুবাই অভিমুখে যোৱা স্পাইচজেটৰ এখন বিমান কাৰিকৰী ত্ৰুটিৰ বাবে পাকিস্তানৰ কৰাচীত জৰুৰী অৱতৰণ কৰে। বিমানখনত থকা প্ৰায় ১৫০ জন যাত্ৰী সুৰক্ষিত বুলি কোৱা হৈছিল। বিমান নিয়ন্ত্ৰক ডিজিচিএ (অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে) বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।