দিল্লীত হঠাতে অসুস্থ হৈ পৰিল অখিল গগৈ

Pc Times of India

দিল্লীত হঠাতে অসুস্থ হৈ পৰিল অখিল গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা-  হঠাতে অসুস্থ হৈ পৰিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। বিধায়কগৰাকী দিল্লীত হঠাতে অসুস্থ হৈ পৰে আৰু তেওঁক ততাতৈয়াকৈ দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসাৰ অন্তত তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিবলৈ দিছে চিকিত্‍সকে। লগতে তেওঁক চিকিৎসালয়ৰ পৰা আহিবলৈ অনুমতিও দিয়ে।