দায়িত্ব – হীৰক কলিতা

দায়িত্ব
হীৰক কলিতা , নলবাৰী
দিন হাজিৰা কৰি পোৱা টকা কেইটাৰে অৰুণে আজি নিজৰ চেণ্ডেল জোৰ নিকিনিলে । তাৰে বিপৰীতে খালী ভৰিৰে খোজ কাঢ়ি গৈ মাকৰ ঔষধকে কিনিলে…।