তামুলপুৰত গাড়ী দুৰ্ঘটনা

তামুলপুৰত গাড়ী দুৰ্ঘটনা

অনলাইন বাৰ্ত্তাসেৱা- তামুলপুৰ ৰঙিয়াৰ কচুবাৰী চকত এক গাড়ী দুৰ্ঘটনা সংঘটিত হয়। এখন চাৰিচকীয়া বাহন আৰু এখন দুচকীয়াা বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।  এই দুৰ্ঘটনাত এজন সমাজকৰ্মীৰ মৃত্যু হয়। মহাপ্ৰভূ শ্ৰী শ্ৰী গোপাল জগন্নাথ থান সত্ৰৰ সূল কৰ্মকৰ্তা হলধৰ দাসৰ মৃত্যু হয়।