ডিব্ৰুগড় জিলাত আইন সেৱাৰ অধিকাৰৰ সজাগতা

Pc- The SEntinel Assam

ডিব্ৰুগড় জিলাত আইন সেৱাৰ অধিকাৰৰ সজাগতা

ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড় জিলাতো ৰাষ্ট্ৰীয় আইনসেৱা প্ৰাধিকৰণৰ নিৰ্দেশত কালি জিলাখনৰ বিভিন্ন ঠাইত ঘৰে ঘৰে গৈ আইন সেৱাৰ অধিকাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয়। অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত চলি থকা এই দেশজোৰা সজাগতা কাৰ্যসূচীৰ অধীনত আইন সেৱা অধিকাৰৰ সম্পৰ্কত ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে।