অনলাইন বাৰ্ত্তাসেৱা – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টকিঅ’ অলিম্পিক ২০২০ ৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলটোৰ প্ৰৱেশৰ সময়ত থিয় হৈ সমৰ্থন প্ৰকাশ কৰিছিল। প্ৰধানমন্ত্ৰী মোডীয়ে শ্বেয়াৰ কৰা এখন ছবিত তেওঁক দূৰদৰ্শনত অনুষ্ঠানটো চোৱাৰ সময়ত খেলুৱৈসকলক প্ৰশংসা কৰা দেখা গৈছিল।
(UD.)