ঝাৰখণ্ড, বিহাৰ, উৰিষ্যা আৰু পশ্চিম বংগত বজ্ৰপাতৰ ফলত নিহত ২৪ জন লোকৰ মৃত্যু
অনলাইন বাৰ্ত্তাসেৱা – ঝাৰখণ্ডৰ হাজাৰিবাগ আৰু পালামু জিলাত সংঘটিত হোৱা বজ্ৰপাতৰ ঘটনাত তিনিগৰাকী মহিলা আৰু দুজনী ছোৱালীসহ আঠজন লোক নিহত হোৱাৰ লগতে শনিবাৰে বিহাৰৰ বাংকাত বজ্ৰপাতৰ ফলত ৭ জন লোক নিহত হয়। তদুপৰি, উৰিষ্যাত হোৱা বজ্ৰপাতৰ ফলত তিনিগৰাকী মহিলাসহ পাঁচজন লোক নিহত হয় আৰু পশ্চিম বংগত চাৰিজন লোক নিহত হয়।
(UD.)