জালিয়ানৱালা বাঘ কমপ্লেক্সত চলিছে মেৰামতিৰ কাম

pc News18

জালিয়ানৱালা বাঘ কমপ্লেক্সত চলিছে মেৰামতিৰ কাম

অনলাইন বাৰ্ত্তাসেৱা – জালিয়ানৱালা বাঘ চৌহদৰ মেৰামতিৰ পিছত এক ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হোৱাত, সংস্কৃতি মন্ত্ৰালয়ৰ সচিব ৰাঘবেন্দ্ৰ সিঙে কয় যে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এ.এছ.আই.)ৰ দ্বাৰা সন্মানৰ সৈতে মেৰামতি কৰা হৈছে। লাইট এণ্ড চাউণ্ড শ্ব’ৰ ওপৰত সমালোচনাৰ সন্দৰ্ভত তেওঁ কয়, “চাউণ্ডট্ৰেকটো ইমান মাৰ্মিক। এইটো অতি সংবেদনশীলভাৱে কৰা হৈছে আৰু তথ্যপূৰ্ণ।”

(UD.)