জাপৰিগোগ দুৰ্গা পূজা
ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ জাপৰিগোগ দূৰ্গা পূজা সমিতি আৰু কলা কৃষ্টি বিকাশ কেন্দ্ৰয়ে প্ৰত্যেক বছৰৰ দৰে এইবাৰো দূৰ্গা পূজাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।এইবাৰ তেওঁলোকে পূজাৰ মূখ্য আকৰ্ষণ ৰাখিছে আৰতি প্ৰতিযোগিতাৰ লগতে মা সৰস্বতী ঢুলীয়া নাট্যদলৰ এক সুন্দৰ অনুষ্ঠান।