জয়পুৰত ভাৰত আৰু নিউজিলেণ্ডৰ প্ৰথম টি-২০ খেল
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজস্থানৰ জয়পুৰৰ ছোৱাই মানসিং ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনিয়া টি-২০ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব।আজি সন্ধিয়া ৭ বজাত খেলখন আৰম্ভ হ’ব। জয়পুৰত এইবাৰ সম্পূৰ্ণ ৮ বছৰৰ বিৰতিৰ মুৰত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্রিকেট খেল অনুষ্ঠিত হ’ব।