অনলাইন বাৰ্ত্তাসেৱা – এই নিৰ্দেশনাৰ মতে, ক’ভিড-১৯ প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰা অসম চৰকাৰৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰীক ১৪ জুনৰ পৰা কাৰ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সোমবাৰ অৰ্থাৎ আজিৰ পৰা নিয়মীয়াকৰণ হ’ব কাৰ্যালয়
