চীনত ক’ভিড-১৯ সংক্রমণ বৃদ্ধিৰ বাবে বাণিজ্যিক প্রতিষ্ঠান বন্ধ 

Pc- times of India

চীনত ক’ভিড-১৯ সংক্রমণ বৃদ্ধিৰ বাবে বাণিজ্যিক প্রতিষ্ঠান বন্ধ 

ৰঙিলী বাৰ্ত্তাসেৱা- চীনৰ প্রশাসনে “ৰাজধানী বেইজিঙত ক’ভিড-১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাই থকাৰ সময়তে বাণিজ্যিক প্রতিষ্ঠান, মল আৰু অধিকাংশ আৱাসিক চৌহদ বন্ধ কৰি দিছে।প্ৰশাসনে ব্যৱসায়িক প্রতিষ্ঠানসমূ বন্ধ কৰি প্রতিজন লোকৰে ক’ভিড-১৯ পৰীক্ষণ কৰাৰ লগতে ভ্রমণ নিষিদ্ধ কৰিছে। ইখন চহৰৰ পৰা ইখন চহৰলৈ যোৱাত নিষেধাজ্ঞা ঘোষণা কৰিছে।দেশত বিগত মাহ ধৰি নতুনকৈ ক’ভিড-১৯ সংক্রমণ বৃদ্ধি পোৱাত প্রদেশে প্রদেশে লকডাউন ঘোষণা কৰাৰ লগতে হাই এলার্ট জাৰি কৰা হৈছে।