চিৰাম ইনষ্টিটিউটৰ দ্বিতীয় কোভিড-১৯ ভেকছিন – “কোভোভাক্স”

pc ET HealthWorld

অনলাইন বাৰ্ত্তাসেৱা – কভিশ্বিল্ড ভেকছিন নিৰ্মাতা পুনেস্থিত চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ছেপ্টেম্বৰৰ ভিতৰত দেশত ইয়াৰ দ্বিতীয় কোভিড-১৯ ভেকছিন মুকলি কৰাৰ পৰিকল্পনা কৰিছে। এই নতুন ভেকছিনটো মুকলি কৰা হ’ব ‘কভোভাক্স’ ব্ৰেণ্ডৰ নামত, যিটো এছ.আই.আই.(SII)য়ে ‘নভোভাক্স’ৰ সৈতে অংশীদাৰীত্বত নিৰ্মাণ কৰা হৈ আছে।