নাতাশা নৰৱাল, দেৱঙ্গানা কলিতা, আচিফ ইকবাল তানহা জামিনত মুক্তি

pc The Point

অনলাইন বাৰ্ত্তাসেৱা – উত্তৰ-পূব দিল্লীৰ সংঘৰ্ষ “ষড়যন্ত্ৰ” গোচৰৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁলোকক জামিন প্ৰদান কৰাৰ কেইঘণ্টামানপিছত ছাত্ৰ কৰ্মী নাতাশা নৰৱাল, দেৱঙ্গানা কলিতা আৰু আচিফ ইকবাল তানহাক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়।
নৰৱাল, কলিতা আৰু তানহাক যোৱা বছৰ মে’ মাহত stringent Unlawful Activities (Prevention) আইন(UAPA)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল।