ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম আজিৰ পৰা ৫০ টকাকৈ বৃদ্ধি 

Pc India Today

ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম আজিৰ পৰা ৫০ টকাকৈ বৃদ্ধি 

ৰঙিলী বাৰ্ত্তাসেৱা–   আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৪.২ কিলোগ্ৰাম ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। এটা ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য এতিয়া পৰা গুৱাহাটী প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১,১০২টকা, দিল্লীত ১,০৫৩ টকা আৰু মুম্বাইত ১,০৫২.৫০ টকা হৈছে । ৫ কিলোগ্ৰাম ঘৰুৱা চিলিণ্ডাৰৰ মূল্যও ১৮টকাকৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে, ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৮.৫০টকা হ্ৰাস কৰা হৈছে।