অনলাইন বাৰ্ত্তাসেৱা- অহাকালি বুধবাৰে লাষ্টগেটৰ পৰা নেহেৰু ষ্টেডিয়ামলৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত চাইকেল ৰেলী।গ’ ফৰ গ্ল’ৰী লাভলীনা’ শ্ল’গানেৰে অসমকন্যালৈ শুভেচ্ছা।লাভলীনাক উৎসাহিত কৰিবলৈ বিধানসভাৰ ব্যতিক্ৰমী প্ৰয়াস।
‘গ’ ফৰ গ্ল’ৰী লাভলীনা’- অহাকালি লাষ্টগেটৰ পৰা নেহেৰু ষ্টেডিয়ামলৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত চাইকেল ৰেলী
