গোলাঘাট জাতীয় বিদ্যালয় ২০২১-২০২২ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

গোলাঘাট জাতীয় বিদ্যালয় ২০২১-২০২২ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

মৃগাংক বৰুৱা,গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোলাঘাট জাতীয় বিদ্যালয়ৰ অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা
৭০জনৰ বিপৰীতে
উত্তীৰ্ণ হাৰ ১০০% তাৰে
প্ৰথম বিভাগত মুঠ: ৬২জন
দ্বিতীয় বিভাগত: ৮জন

ডিষ্ট্ৰিংচন: ১৮জন
ষ্টাৰ:১৯জন
অসমীয়াত লেটাৰ :৪৫জন
ইংৰাজীত ‌‌ ” ‌‌ : ৩১ জন
গণিত ” :২৮ জন
বিজ্ঞান ” :২০জন
সমাজ বিজ্ঞান ” : ৪২ জন
হিন্দী বিষয়ত: ১১জন(৪০জনৰ ভিতৰত)
বুৰঞ্জী বিষয়ত:৩জন (৬জনৰ ভিতৰত)
উচ্চ গণিত বিষয়ত:১৪জন(১৯জনৰ ভিতৰত)
সংগীত বিষয়ত: ৪জন(৪জনৰ ভিতৰত) ইয়াৰোপৰি অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ (১০০%)লাভ কৰিবলৈ সক্ষম হৈছে-
সাধাৰণ গণিতত: ৭জন
উচ্চ গণিতত:২জন
সমাজ বিজ্ঞানত:২জনে।বিদ্যালয়খনিৰ ফলাফলত বিদ্যালয় কতৃপক্ষ, অভিভাৱকৰ লগতে সমগ্ৰ গোলাঘাটবাসীয়ে গৌৰৱ অনুভৱ কৰিছে।

HIGHEST MARK

General Math (100%)

1Antariksha Saikia
2 Mukkabir Rahman
3 Monmayuri Dutta
4 Prayashi Bora
5 Harishjyoti Bora
6 Sahida Salma Akhtar
7 Gauranga Gogoi

Social Science (100%)
1 Antariksha Saikia
2 Monmayuri Dutta

Adv. Math (100%)
1Prayashi Bora
2 Pritimala Bora

Assamese (95%)
1 Monmayuri Dutta
2 Ankurima Dutta
3 Manali Sharma

General Science (95%)
1 Prayashi Bora

History (95%)
1 Saradjyotshna Kashyap

English (97%)
1 Rijuwana Hussain
2 Pritimala Bora