গুৱাহাটী প্ৰেছ ক্লাবত ‘নিজকে সলাও আহক’ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ‘নিজকে সলাও আহক’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  Motivation বিষয়ক অৰ্থাৎ অনুপ্ৰেৰণামূলক গ্ৰন্থ অসমীয়া সাহিত্যত প্ৰায় নায়েই ৷সেই অভাৱ আজি পূৰণ কৰিলে জনপ্ৰিয় অভিনেত্ৰী তথা অনুভৱী লেখিকা বৰ্ণালী পূজাৰীয়ে ৷বনলতাই প্ৰকাশ কৰা গ্ৰন্থখন হ’ল “নিজক সলাওঁ আহক’’৷ গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী ,বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা , প্ৰকাশক অনন্ত হাজৰিকা আৰু অভিনেতা প্ৰাঞ্জল শইকীয়াই ৷অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷