গায়ক সিদ্ধু মোছেৱালাক পঞ্জাৱত গুলীয়াই হত্যা

গায়ক সিদ্ধু মোছেৱালাক পঞ্জাৱত গুলীয়াই হত্যা

ৰঙিলী বাৰ্ত্তাসেৱা- পাঞ্জাৱী গায়ক আৰু কংগ্ৰেছ নেতা সিদ্ধু মোছেৱালাক পঞ্জাৱত গুলীয়াই হত্যা কৰা হৈছিল। মানসা জিলাৰ জৱাহাৰকে গাঁৱত আক্ৰমণ ৰখাৰ পিছত গায়কজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও গায়কজনৰ মৃত্যু হয়।