গড়চুকত ৰাজহুৱা সভাগৃহৰ লাইখুটা স্থাপন

গড়চুকত ৰাজহুৱা সভাগৃহৰ লাইখুটা স্থাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  ১১ নং ৱাৰ্ডৰ অন্তৰ্গত গড়চুকত গুৱাহাটী পৌৰ নিগমৰ আৱন্টিত পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া ৰাজহুৱা সভাগৃহৰ লাইখুটা স্থাপন কৰা হয়।এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া, জিএমডিএৰ উপাধ্যক্ষ মুকুতা ডেকা, বুথৰ সভাপতি ৰাণাজ্যোতি শৰ্মাকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি৷