কৰোণা কবি- শ্ৰী মৃগেন্দ্ৰ নাথ শৰ্মা

PC_THEECOMICTIMES

কৰোণা
কবি- শ্ৰী মৃগেন্দ্ৰ নাথ শৰ্মা

চীনত জন্ম
বিশ্বত বাস
আনিলা ত্ৰাস
কৰিলা নাশ
শিক্ষা হৰিলা
দীক্ষা হৰিলা
নিদ্ৰা হৰিলা
হৰিলা মানৱৰ প্ৰাণ
কৰোণা তোমাৰ নাম
বিনাশেই তোমাৰ কাম।

নমস্কাৰ।