কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ ৫৮ বছৰ বয়সত মৃত্যু 

Pc Times of india

কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ ৫৮ বছৰ বয়সত মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা– কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ আৰু নাই। ৫৮ বছৰ বয়সত দিল্লীত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ মৃত্যু হৈছে বুলি তেওঁৰ পৰিয়ালে নিশ্চিত কৰিছে।তেওঁক ১০ আগষ্টত দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছত ভৰ্তি কৰোৱা হৈছিল । জিম কৰি থকা অৱস্থাতে অসুস্থ হৈ পৰিছিল কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ। শ্ৰীবাস্তৱৰ এঞ্জিওপ্লাষ্টি হৈছিল আৰু তেওঁক ভেণ্টিলেটৰত ৰখা হৈছিল।