কেৰালাৰ প্ৰাক্তন মন্ত্ৰী তথা জনতা দলৰ নেতা এন এম জোছেফৰ ৭৯ বছৰ বয়সত মৃত্যু

Pc National Herald

কেৰালাৰ প্ৰাক্তন মন্ত্ৰী তথা জনতা দলৰ নেতা এন এম জোছেফৰ ৭৯ বছৰ বয়সত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  কেৰালাৰ প্ৰাক্তন বন মন্ত্ৰী এন এম যোচেফৰ ৭৯ বছৰ বয়সত মৃত্যু হয়। ১৯৮৭ চনৰ পৰা ১৯৯১ চনলৈ ৰাজ্যৰ বনমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা জোচেফে পালাৰ ছেইণ্ট থমাছ কলেজত অৰ্থনীতিৰ অধ্যাপক হিচাপেও কাম কৰিছিল। তেওঁ জনতা দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে।