কাশ্মীৰৰ বাসিন্দা অভিযান্তিকৰ তিনি শিক্ষার্থীক গ্ৰেপ্তাৰ

Pc- NDTV.com

কাশ্মীৰৰ বাসিন্দা অভিযান্তিকৰ তিনি শিক্ষার্থীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কাশ্মীৰৰ বাসিন্দা অভিযান্তিকৰ তিনি শিক্ষার্থীক ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত টী-২০ বিশ্বকাপ মেচত ভাৰতৰ চূড়ান্ত পৰাজয়ৰ পাছত পাকিস্তানৰ নামত শ্লোগান দিয়াৰ অভিযোগত উত্তৰপ্ৰদেশৰ আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথে ধৃত এই শিক্ষার্থী তিনিজনৰ বিৰুদ্ধে দেশদ্রোহিতাৰ গোচৰ চলোৱা হ’ব বুলি হুংকাৰ দিছে।