কমনৱেলথ গেমছৰ মহিলাৰ ফ্ৰীষ্টাইল ৬২ কেজি শাখাত স্বৰ্ণ পদক লাভ মল্লযুঁজাৰু সাক্ষী মালিকৰ

Pc Hindustan Times

কমনৱেলথ গেমছৰ মহিলাৰ ফ্ৰীষ্টাইল ৬২ কেজি শাখাত স্বৰ্ণ পদক লাভ মল্লযুঁজাৰু সাক্ষী মালিকৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় মল্লযোদ্ধা সাক্ষী মালিকে কমনৱেলথ গেমছ ২০২২ ত মহিলাৰ ফ্ৰীষ্টাইল ৬২ কেজি শাখাৰ ফাইনেলত কানাডাৰ আনা গডিনেজ গনজালেজক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে।সামগ্ৰিকভাৱে কমনৱেলথ গেমছ ২০১৪ত ৰূপ আৰু কমনৱেলথ গেমছ ২০১৮ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত সাক্ষীৰ কমনৱেলথ গেমছৰ ইতিহাসত এইটো তৃতীয়টো পদক।