কমনৱেলথ গেমছৰ ৮৬কেজি শাখাত দীপক পুনিয়াৰ স্বৰ্ণ জয়

Pc The Indian Express

 কমনৱেলথ গেমছৰ ৮৬কেজি শাখাত দীপক পুনিয়াৰ স্বৰ্ণ জয়

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় মল্লযুঁজাৰু দীপক পুনিয়াই পাকিস্তানৰ মুহাম্মাদ ইনামক পৰাস্ত কৰি কমনৱেলথ গেমছ ২০২২ ত পুৰুষৰ ফ্ৰীষ্টাইল ৮৬ কেজি শাখাত সোণৰ পদক অৰ্জন কৰে।দীপকে প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে।