কমনৱেলথ গেমছত ভাৰোত্তোলনৰ পুৰুষৰ ৬৭ কেজি শাখাত জেৰেমি লালৰিন্নুংগাৰ স্বৰ্ণ জয়

Pc news18

কমনৱেলথ গেমছত ভাৰোত্তোলনৰ পুৰুষৰ ৬৭ কেজি শাখাত জেৰেমি লালৰিন্নুংগাৰ স্বৰ্ণ জয়

ৰঙিলী বাৰ্ত্তাসেৱা-   বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত ৬৭ কেজি পুৰুষৰ ভাৰোত্তোলন প্ৰতিযোগিতাত প্ৰভাৱশালী প্ৰদৰ্শনেৰে ভাৰতৰ বাবে দ্বিতীয়টো স্বৰ্ণ পদক জয় কৰে ভাৰতীয় ভাৰোত্তোলনকাৰী জেৰেমি লালৰিন্নুংগাই।১৯ বছৰীয়া জেৰেমীয়ে স্নেচত ১৪০ আৰু ক্লিন এণ্ড জাৰ্কত ১৬০কৈ মুঠ ৩০০ কিলোগ্ৰাম ওজন দাঙি ইভেণ্টত জয়লাভ কৰে।