কভিশ্বিল্ড পালিৰ ব্যৱধান ১২-১৬ সপ্তাহৰ পৰা ৮-১৬ সপ্তাহলৈ হ্ৰাস কৰাৰ পৰামৰ্শ

pc Economic Times

কভিশ্বিল্ড পালিৰ ব্যৱধান ১২-১৬ সপ্তাহৰ পৰা ৮-১৬ সপ্তাহলৈ হ্ৰাস কৰাৰ পৰামৰ্শ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰতিবেদন অনুসৰি, টিকাকৰণৰ ওপৰত ভাৰতৰ শীৰ্ষ বিশেষজ্ঞ সংস্থা NTAGIয়ে প্ৰথম আৰু দ্বিতীয় কভিশ্বিল্ড ভেকছিনপালিৰ মাজৰ ব্যৱধান ৮ৰ পৰা ১৬ সপ্তাহলৈ হ্ৰাস কৰাৰ পৰামৰ্শ দিছে। বৰ্তমানে, দ্বিতীয় ভেকছিনপালিটো প্ৰথমটোৰ ১২ ৰ পৰা ১৬ সপ্তাহৰ ভিতৰত প্ৰদান কৰা হয়। কভাক্সিনৰ পালিৰ ব্যৱধানত কোনো পৰিৱৰ্তনৰ পৰামৰ্শ দিয়া হোৱা নাই, পিটিআইয়ে জনায়।