ক’ভিডত আক্ৰান্ত এথলিট হিমা দাস

Pc- The Indian EXpress

ক’ভিডত আক্ৰান্ত এথলিট হিমা দাস

ৰঙিলী বাৰ্ত্তাসেৱা-  ক’ভিডত আক্ৰান্ত হৈছে ধিং এক্সপ্ৰেছ খ্যাত এথলিট হিমা দাস।হিমা দাসৰ দেহত  ক’ভিডৰ উপস্থিতি ধৰা পৰে। পাটিয়ালাত হিমাই পৰৱৰ্তী এছিয়ান গেমছ আৰু কমনৱেল্থ গেমছৰ বাবে প্ৰস্তুতি চলাই আছিল।বৰ্তমান এথলিটগৰাকী পাটিয়ালাতে আছে।