কংগ্ৰেছৰ সভাপতি ৰ দায়িত্ব গ্ৰহণ মল্লিকাৰ্জুন খাৰ্গেৰ

Pc The New Indian Express

কংগ্ৰেছৰ সভাপতি ৰ দায়িত্ব গ্ৰহণ মল্লিকাৰ্জুন খাৰ্গেৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে দলৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে। কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ উপস্থিতিত তেওঁক নিৰ্বাচনী প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।ৰাহুল গান্ধীয়ে ভাৰত জোৰো যাত্ৰাৰ পৰা বিৰতি লৈ অনুষ্ঠানত অংশগ্ৰহণ কৰে।দিনটোৰ আৰম্ভণিতে খাৰ্গে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰাজঘাট ভ্ৰমণ কৰিছিল।