এতিয়া বিশ্ববাসী আগবাঢ়িছে কোভিড-১৯ৰ তৃতীয় ঢৌৰ পিনে কিন্তু নিশ্চিত হ’ব লাগিব যাতে ই ভাৰতত আঘাত নকৰেঃ কেন্দ্ৰ

pc IndianExpress

অনলাইন বাৰ্ত্তাসেৱা – কেন্দ্ৰই মঙলবাৰে প্ৰকাশ কৰে যে বিশ্বই কোভিড-১৯ৰ তৃতীয় ঢৌ প্ৰত্যক্ষ কৰিছে, আৰু লগতে কয় যে এই তৃতীয় ঢৌটোৱে যাতে ভাৰতক আঘাত নকৰে সেয়া নিশ্চিত কৰিবলৈ মানুহে সংযুক্ত হৈ আগ বাঢ়িব লাগিব। নীতি আয়োগৰ ভি.কে. পলে কয়, “প্ৰধানমন্ত্ৰী (নৰেন্দ্ৰ মোডী)য়ে স্পষ্টকৈ কৈছে যে আমি ভাৰতত কেতিয়া আহিব সেই বিষয়ে আলোচনা কৰাৰ পৰিৱৰ্তে তৃতীয় ঢৌক আঁতৰত ৰখাৰ ওপৰতহে গুৰুত্ব দিয়া উচিত।”

(UD.)