এই বছৰ উত্তৰ প্ৰদেশত ১০ মাৰ্চৰ পৰা হোলী উদযাপন কৰা হ’ব: কানপুৰত প্ৰধানমন্ত্ৰী মোদী

pc.india tv

এই বছৰ উত্তৰ প্ৰদেশত ১০ মাৰ্চৰ পৰা হোলী উদযাপন কৰা হ’ব: কানপুৰত প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ প্ৰদেশৰ নিৰ্বাচনত জয়ী হোৱাৰ আত্মবিশ্বাস ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজ্যখনৰ মানুহে ১০ মাৰ্চৰ পৰা হোলী উদযাপন আৰম্ভ কৰিব। “এইবাৰ উত্তৰ প্ৰদেশত ১০ দিন আগতে হোলী উদযাপন কৰা হ’ব। যেতিয়া ১০ মাৰ্চত নিৰ্বাচনৰ ফলাফল আহিব, হোলী উদযাপন আৰম্ভ হ’ব,” কানপুৰত এক ৰেলীসম্বোধন কৰি মোডীয়ে কয়।