ইউ.কে. উচ্চ ন্যায়ালয়ে (UK High Court) বিজয় মালিয়াক ‘দেউলিয়া’ বুলি ঘোষণা কৰে

pc The Financial Express

অনলাইন বাৰ্ত্তাসেৱা – ইউকে উচ্চ ন্যায়ালয়ে বিজয় মালিয়াক “দেউলিয়া” বুলি ঘোষণা কৰে। এই কথা ঘোষণা কৰে মুখ্য ক’লছ’লভেন্সি আৰু কোম্পানী আদালতৰ ন্যায়াধীশগৰাকীয়ে। ইয়াৰ ফলত ভাৰতীয় বেংকসমূহৰ এক সংঘই ঋণ পৰিশোধ বিচাৰি বিশ্বব্যাপী ফ্ৰীজিং আদেশ অনুসৰণ কৰাৰ পথ প্ৰশস্ত কৰে। ভাৰতীয় বেংকসমূহে দেউলিয়া হোৱাৰ আদেশ তেওঁলোকৰ পক্ষত মঞ্জ ুৰ কৰাৰ বাবে যুক্তি দিছিল।

(UD.)