ইউটিউবে ‘সম্প্ৰদায়ৰ নিৰ্দেশনা উলংঘা’ কৰাৰ বাবে সংসদ টিভিৰ একাউণ্ট বাতিল

pc. Morning Express

ইউটিউবে ‘সম্প্ৰদায়ৰ নিৰ্দেশনা উলংঘা’ কৰাৰ বাবে সংসদ টিভিৰ একাউণ্ট বাতিল

ৰঙিলী বাৰ্ত্তাসেৱা-  ইউটিউবে “ইউটিউবৰ সম্প্ৰদায়ৰ নিৰ্দেশনা উলংঘা” কৰাৰ বাবে সংসদ টিভিৰ একাউণ্ট টো বাতিল কৰিছে। সংসদৰ অধিৱেশনৰ সময়ত ৰাজ্যসভা আৰু লোকসভাৰ কাৰ্যক্ৰম সম্প্ৰচাৰ কৰা সংসদ টিভি চেনেলটো ২০২১ চনৰ ছেপ্টেম্বৰত মুকলি কৰা হৈছিল। ব্যৱহাৰকাৰীসকলে টুইটাৰত দাবী কৰিছিল যে একাউণ্টটো হেক কৰা হৈছিল আৰু ইয়াৰ নাম ‘ইথেৰিয়াম’ লৈ সলনি কৰা হৈছিল।