ইউক্ৰেইনৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত জৰুৰীভাৱে অৱগত কৰিবলৈ ফোন কৰক

pc Safe helpline

ইউক্ৰেইনৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত জৰুৰীভাৱে অৱগত কৰিবলৈ ফোন কৰক

ৰঙিলী বাৰ্ত্তাসেৱা-  ইউক্ৰেইনৰ সাম্প্ৰতিক ঘটনাৰ পৰিপ্ৰেক্ষিতত, কামৰূপ মহানগৰ-গুৱাহাটীৰ পৰা ইউক্ৰেইনত কোনো লোক আৱদ্ধ হৈ থকা বিষয় সংক্রান্তত জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰক জৰুৰীভাৱে অৱগত কৰিবলৈ অনুৰোধ কৰিছে জিলা প্ৰশাসনে। এই সংক্রান্তত  টোল ফ্রী নম্বৰ ১০৭৭ ত ফোন অথবা ৯৩৬৫৪২৯৩১৪ নম্বৰত হোৱাটচ এপ কৰিব পাৰিব বুলি জিলা প্ৰশাসনে অনুৰোধ জনাইছে৷