আশা কৰোঁ মোৰ অন্তিম টি-২০ চেন্নাইত হ’ব সেয়া পৰৱৰ্তী বছৰ হওঁক বা ৫ বছৰৰ ভিতৰত হওঁক: ধোনী

Pc Instagram

আশা কৰোঁ মোৰ অন্তিম টি-২০ চেন্নাইত হ’ব সেয়া পৰৱৰ্তী বছৰ হওঁক বা ৫ বছৰৰ ভিতৰত হওঁক: ধোনী

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীয়ে কৈছিল যে তেওঁ আশা কৰি আছে যে তেওঁৰ অন্তিম খন টি-২০ চেন্নাইত অনুষ্ঠিত হ’ব। তেওঁ লগতে কয়, “মই ভাৰতত খেলা মোৰ অন্তিম খন এদিনীয়া খেল আছিল ৰাঁচীত। আশা কৰোঁ মোৰ অন্তিম টি-২০ চেন্নাইত হ’ব। সেয়া অহা বছৰ হওঁক বা পাঁচ বছৰৰ ভিতৰত হওঁক, মই নাজানো।” ধোনীয়ে চেন্নাইত এক সম্বৰ্ধনা অনুষ্ঠানত এই মন্তব্য দিছিল।