আদিত্য বিৰলা স্বাস্থ্য বীমাই এডিআইএৰ পৰা ৬৬৫ কোটি টকা বিনিয়োগ লাভ কৰিব

Pc- Business Today

আদিত্য বিৰলা স্বাস্থ্য বীমাই এডিআইএৰ পৰা ৬৬৫ কোটি টকা বিনিয়োগ লাভ কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা-   আদিত্য বিৰলা কেপিটেল আৰু আদিত্য বিৰলা স্বাস্থ্য বীমাৰ বোৰ্ডে আবু ধাবি বিনিয়োগ কৰ্তৃপক্ষৰ (এডিআইএ) সহায়ক কোম্পানীৰ পৰা স্বাস্থ্য বীমাকৰ্তালৈ ৬৬৫ কোটি টকা মূলধন যোগান ধৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে।আদিত্য বিৰলা হেল্থ ইনশ্বুৰেন্সত এডিআইয়ে ৯.৯৯% অংশীদাৰিত্ব লাভ কৰাৰ বিপৰীতে আদিত্য বিৰলা কেপিটেল আৰু দক্ষিণ আফ্ৰিকাস্থিত মমেণ্টাম মেট্ৰ’পলিটান হোল্ডিংছৰ ক্ৰমে ৪৫.৯১% আৰু ৪৪.১০% অংশীদাৰিত্ব থাকিব।